নৱকান্ত বৰুৱাৰ কবিতা
১"হে অৰণ্য হে মহানগৰ " কার্ফুৰ সময় হ’ল । সূর্যস্নাতা নগৰীৰ আঁচলৰ শেষ ৰশ্মিকণো শুহি ল’লে ৰাতিৰ আকাশে ; নিস্তব্ধ মৰণ নামে । নগৰীৰ ধমনীত কাৰো অনুভৱ কাজিৰঙা ডবকাৰ আৰণ্যক অপস্মাৰ সৰীসৃপ-ক্রুৰ মৃত্যু... সর্পিল জীৱন ; পলাতক দৈনন্দিন-নিয়ন-উজ্জল গধুলিৰ ৰঙা নীলা শেতা মুখ হেনা মধুমালা আৰু অলকানন্দাৰ...... পথ আৰু উপপথ গলি আৰু এভিনিউ বোবা যন্ত্রণাত অন্ধকাৰ পিচল মৃত্যুৰ সাপ ভৰিৰ তলেদি যায় (পোহৰ পোহৰ ক’ত) টেটুচেপা ট্রেফিকৰ দূৰৰ স্পন্দনে ভয় আৰু আশ্বাসৰ জটিল উৎকন্ঠা আনে ; (অৰণ্যত চকু জ্বলে বাঘ আৰু মেচেকাৰ) জীৱন জীয়াই থাকে । তথাপি জীয়াই থাকে । আৰু থাকে জীৱিকাৰ গলিৰ সাঁথৰ অমৃতৰ পুত্র আমি মৃত্যু স্নাতা হে মহানগৰ ! ২"এটা প্ৰেমৰ পদ্য " Do you remember an inn, Miranda? বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে, অৰুন্ধতী? সেমেকা পোহৰে সোঁৱৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ মনত পৰেনে অৰুন্ধতী? জোনাকে ডাৱৰে মৰমে বিষাদে নুবুজা কবিতা, আমাৰ মাজত ভগা সপোনৰ অতনু বাধা মনত পৰেনে, অৰুন্ধতী! দুবৰি বনত জোনাকীৰ মনি, চুলিৰ মেঘত লাহি আঙুলিৰ বহুতো জোন (জোৱাৰৰ...
Sands Casino | Atlantic City, NJ | TCS Casino
ReplyDeleteTCS Casino is the premier online gaming site 카지노사이트 at the best NJ casino. Enjoy NJ casino games including blackjack, 샌즈카지노 slots, roulette, video febcasino poker,
Top 10 best slots casinos for 2021 - SOL.EU
ReplyDeleteBest Slots Casino: Best Real https://sol.edu.kg/ Money Slots worrione Sites 2021 · Red herzamanindir.com/ Dog Casino: Best Overall Slots Casino For USA apr casino Players · Ignition Casino: Best Casino For https://septcasino.com/review/merit-casino/ Roulette